কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমুজ্জলProper Adj.
অত্যধিক উজ্জ্বল
very bright
- সমুজ্জ্বলxo.muj.jolProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- সমুদায়samudāẏaAdjective
সমস্ত; সকলো; সব; . ক্ৰি. বিণ. সমুদায়ে গোটেই; তেনেই; সমূলি।
all; whole; entire
- সমুদ্ভূতxo.mud.bhu.toVerbal Adj.
চকুৰে দেখা অথবা বুজিব পৰাকৈ পৰিস্কাৰ বা প্ৰমাণিত কৰি তোলা
made clear or evident to the eye or the understanding
- সমুদ্ৰsamudraNoun
মহাসাগৰ; সাগৰ
an ocean; a sea
- সমুদ্ৰজxo.mud.rojProper Adj.
সাগৰত পোৱা বা সাগৰত উৎপন্ন হোৱা
Produced by or found in sea
- সমুদ্ৰজাতxo.mud.ro.ja.toProper Adj.
সাগৰত পোৱা বা সাগৰত উৎপন্ন হোৱা
Produced by or found in sea
- সমুদ্ৰতীৰৱৰ্তীxo.mud.ro.ti.ro.bor.tiProper Adj.
সমুদ্ৰৰ কাষৰীয়া, সমুদ্ৰতীৰৰ সীমা সম্বন্ধীয়৷
of the coast, bordering on, or located near a coast.
- সমুদ্ৰীয়xo.mu.dri.yoProper Adj.
সাগৰত পোৱা বা সাগৰত উৎপন্ন হোৱা
Produced by or found in sea
- সমুদয়samudaẏaAdjective
সমস্ত; সকলো; সব; . ক্ৰি. বিণ. সমুদায়ে গোটেই; তেনেই; সমূলি।
all; whole; entire
- সমুন্নতxo.mun.no.toProper Adj.
ওপৰৰ স্থানত থকা।
in an elevated location or position.
- সমুৎপন্নsamutpannaAdjective
উৎপন্ন হোবা; ওপজা; ঘটা; জন্মা
produced; born; occurred
- সমূচিতsamūcitaAdjective
যুগুত; উচিত; উপযুক্ত
proper; becoming
- সমূলxo.mulProper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- সমূলাকাশsamūlākāśaAdjective
সমূলি শূন্য; গোটেই নষ্ট
wholly destroyed
- সমূহীয়াxo.mu.hi.yaProper Adj.
ৰাইজৰ অধিকাৰ থকা অথবা ৰাইজৰ লগত সম্পৰ্ক থকা ৷
Of or pertaining to the people; belonging to the people; relating to, or affecting, a nation, state, or community.
- সমৃদ্ধxo.mrid.dhoProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- সমৃদ্ধিশালীxo.mri.dhi.sa.liProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- সম্পত্তিমন্তsampattimantaAdjective
ধনবন্ত; সম্পত্তিযুক্ত; ধনী; চহকী
rich; wealthy
- সম্পত্তিমানsampattimānaAdjective
ধনবন্ত; সম্পত্তিযুক্ত; ধনী; চহকী
rich; wealthy