← ফুৰি যাওক

সমুদয়

samudaẏa

অৰ্থ

1.

সমস্ত; সকলো; সব; . ক্ৰি. বিণ. সমুদায়ে গোটেই; তেনেই; সমূলি।

all; whole; entire

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সমুদয় · অসমীয়া অভিধান