কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধোচাdho`.saMaterial Noun
কিণ্বন কৰা চাউলৰ গুৰি আৰু উৰদ দাইলেৰে বনোৱা এটা দীঘল দক্ষিণ ভাৰতীয় পিঠা৷ ইয়াৰ ভিতৰত আলু, মছলা, পনীৰ আৰু আন পাছলিৰ টুকুৰা আদিও সুমুৱাই দিয়া হয়৷
a South Indian fermented crepe or pancake made from rice batter and urad dal. Its variants include masala dosa, rawa dosa, paneer dosa etc.
- ধোদdhodaNoun
বৰ এলেহুবা মানুহ; বন-বাৰি নকৰি বহি থকা মানুহ
a sluggard
- ধোদামিdho`.da.miAbstract Noun
কাম কৰিবলৈ অনিচ্ছা হোৱা গুণ|
The property of being lazy and inactive
- ধোদামীdho`.da.miAbstract Noun
কামৰ প্ৰতি অনিহা বা কাম নকৰাৰ মানসিকতা৷
disinclination to work or exert oneself.
- ধোদৰ পছলাdhodara, pachalāNoun
এলেহুবা আৰু অকামিলা মানুহ।
- ধোন্দdhondaNoun
ৰোগ বা আন কোনো কাৰণৰ গতিকে কাঠৰ ভিতৰত হোবা বিন্ধা বা খোৰোং
a hollow of a tree
- ধোপdhopaNoun
ধোবন; যেনে-"এইখন কাপোৰত কেইবাটাও ধোপ পৰিছে"
a washing
- ধোবdhobaNoun
ধোবন; যেনে-"এইখন কাপোৰত কেইবাটাও ধোপ পৰিছে"
a washing
- ধোবনdhobanaNoun
ধোবা কাৰ্য্য
the act of washing
- ধোবাdhobāNoun
কাপোৰ ধুই প্ৰবৰ্ত্তা মানুহ
a washer-man
- ধোবা-লতাdhobā-latāNoun
আন গছৰ গাত হোবা এবিধ লতা-চানেকীয়া সৰু গছ
a kind of parasite plant
- ধোবাংdhobāmNoun
হাত-ভৰি মেলি দীঘল হৈ পৰা কাৰ্য্য
the act of lying at full length
- ধোবাৰ পাটdhobāra, pāṭaNoun
ধোবাই কাপোৰ ধোবা ডাঠ পাট
a wash- board
- ধোৱনdho`.wonVerbal Noun
ধোৱা কাৰ্য
the act of washing something
- ধৌতকৰণdhou.to.ko.ronVerbal Noun
ধোৱা কাৰ্য
the act of washing something
- ধৌতিdhou.tiVerbal Noun
ধোৱা কাৰ্য
the act of washing something
- ধৌম্যdhaumyaNoun
পাণ্ডববিলাকৰ পুৰোহিত
the priest of the Pāṇḍavas
- ধৌলিবৰdhaulibaraNoun
ৰজাঘৰ; যেনে-"তৈতো খুজি লুৰি নপাই সীতাক হতাশ। ধৈলিবৰে পশিলন্ত দ্বিতীয় কৈলাস" (মা. ক., সুন্দৰাকাণ্ড)।
- ধৌলিৱৰdhou.li.borMaterial Noun
ৰজা, মহাৰজাসকলৰ ডাঙৰ আট্টালিকা৷
the official residence of a king, queen, bishop, or other sovereign or exalted personage
- ধ্বংসdhbaṃsaNoun
সংহাৰ; কাটি-মাৰি নাশ কৰা কাৰ্য্য
destruction; devastation