কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছয়গাঁওsoy.ga~oProper Noun
কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উল্লেখযোগ্য ঠাই৷
A place in Kamrup district in southern bank of Brahmaputra
- ছয়চল্লিছchaẏacallichaNoun
ছকুৰি আৰু ছয়; ছয় অধিক ছকুৰি
forty-six
- ছয়চল্লিশchaẏacalliśaNoun
ছকুৰি আৰু ছয়; ছয় অধিক ছকুৰি
forty-six
- ছয়তানchaẏatānaNoun
বাইবেল আৰু কোৰাণত লিখামতে মানুহক পাপলৈ নিয়া এটা ভূত
Satan; a devil
- ছয়তানিchaẏatāniNoun
চয়তানৰ কাৰ্য্য বা স্বভাব।
- ছয়ত্ৰিছchaẏatrichaNoun
ছয় অধিক ডেৰ কুৰি
thirty-six
- ছয়ত্ৰিশchaẏatriśaNoun
ছয় অধিক ডেৰ কুৰি
thirty-six
- ছয়দুৱাৰProper Noun
বৰগাং আৰু দিক্ৰং নদীৰ মাজৰ বৃহত্তৰ অঞ্চল৷ এই অঞ্চলত অৰুণাচলৰ পাহাৰলৈ যোৱা ৬খন দুৱাৰ(বাট) আছে৷ ৪খন দফলা পাহাৰলৈ আৰু ৩খন মিৰি পাহাৰলৈ৷
The area between bargang river and dickrang river in sonitpur district. It has six(entrance) to Arunachal hills.4 to dafala hills and 3 to mikir hills
- ছয়ন-বাখৰso.yon-ba.khorCommon Noun
বাম খেতিত হোৱা এবিধ সৰু মছলাৰ গছ আৰু তাৰ গুটি ৷
An annual mediterranean herb in the parsley family, having finely divided leaves and clusters of small white or pink flowers.
- ছয়ন-ষাথৰchaẏana-ṣātharaNoun
জীৰা।
- ছয়ষষ্ঠিchaẏaṣaṣṭhiNoun
ছয় অধিক তিনি কুৰি
sixty-six
- ছয়সত্তৰchaẏasattaraNoun
ছয় অধিক তিনি কুৰি দহ; তিনি কুৰি ষোল
seventy-six
- ছয়ান্নব্বৈso.ya.nob.boiAbstract Noun
নব্বৈতকৈ ছয় বেছি৷
six more than ninety.
- ছয়াশীchaẏāśīNoun
ছয় অধিক চাৰি কুৰি
eighty-six
- ছৰকাৰcharakāraNoun
গবৰ্ণমেণ্ট; প্ৰশাসন; বিণ. চৰকাৰী, ছৰকাৰী ৰাজকীয়; গবৰ্ণমেণ্টৰ; জনসাধাৰণৰ।
- ছৰজমিনcharajaminaNoun
সীমা
boundary
- ছৰমcharamaNoun
লাজ
shame; bashfulness
- ছৰাই-ঘৰcharāi-gharaNoun
বাটত থকা ছৰ্কাৰী আলহী-ঘৰ
an inn; a rest-house
- ছৰিকcharikaNoun
অংশীদাৰ
a partner
- ছৰ্কাৰcharkāraNoun
চৰকাৰ।