← ফুৰি যাওকছয়তানchaẏatānaঅৰ্থ1.বাইবেল আৰু কোৰাণত লিখামতে মানুহক পাপলৈ নিয়া এটা ভূতSatan; a devilবি.সমাৰ্থক শব্দচয়তান · caẏatāna2.বৰ দুষ্ট মানুহa very wicked manবি.সমাৰ্থক শব্দচয়তান · caẏatāna3.পাপলৈ হোবা মতিevil propensityবি.সমাৰ্থক শব্দচয়তান · caẏatānaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ