কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আগন্তুকa.gon.tukCommon Noun
আনৰ ঘৰ বা আয়োজিত অনুষ্ঠানত যি অভ্যৰ্থনা পোৱাৰ যোগ্য
One who is a recipient of hospitality at the home or table of another.
- আগন্ত্তকāganttakaNoun
অতিথি
a guest; a new- comer
- আগফালag.phalAbstract Noun
আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷
That part or side that is forward, or most often seen or used.
- আগবিয়াAbstract Noun
পুষ্পিতা হোৱাৰ আগেয়েই হোৱা ছোৱালীৰ বিয়া
the marriage of a girl before puberty
- আগবেলাag.be.laAbstract Noun
দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
The first or early part of the day.
- আগভাগag.bhagAbstract Noun
আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷
That part or side that is forward, or most often seen or used.
- আগমāgamaNoun
তন্ত্ৰ-শাস্ত্ৰ; দেব-দেবীৰ পূজা ব্যবস্হা কৰা আৰু বেদৰ বহুত পাচত লিখা নতুন শাস্ত্ৰ; যি শাস্ত্ৰই লোকক সকাম পূজা-সেবাত প্ৰবৱত্ত কৰায়
a work written after the Vedas enjoining the worship of various gods and goddesses
- আগমঙহag.mo.ngohMaterial Noun
সহজে চকুত পৰা বা সুবিকশিত মাংসপেশী।
prominent muscle that is easy to see and notice.
- আগমনāgamanaNoun
অহা; আহি উপস্হিত হোবা
act of coming; arrival
- আগমুহূৰ্তag.mu.hur.toAbstract Noun
কোনো ঘটনা বা কাৰ্য্য আৰম্ভ হোৱাৰ আগৰ সময়চোৱা।
the period immediately before an event.
- আগলতি-পাতāgalati-pātaNoun
আগলি (কলা-) পাত, (কল-) পাতৰ আগছোবা
the forepart of a (plantain) leaf
- আগলিāgaliNoun
আগ বা মূৰৰ ভাগ; যেনে-"বাঁহৰে আগলিত; পৰে কামে-চৰাই" (বনগীত)
the top
- আগলি কলপাতa.go.li kol.patMaterial Noun
কলপাতৰ একেবাৰে আগৰ অংশ৷
the tip or the front part of a banana leaf.
- আগলি-পাতāgali-pātaNoun
আগলি (কলা-) পাত, (কল-) পাতৰ আগছোবা
the forepart of a (plantain) leaf
- আগলি-বতৰাa.go.li bo.to.raAbstract Noun
বৰ্তমান আৰু অতীতৰ তথ্যৰ আধাৰত ভবিষ্যতে হ’ব বা ঘটিব পাৰে বুলি গণনা কৰা
a prediction about what will or may happen in the future, based on avilable present information e.g. of weather or sale
- আগষ্টāgaṣṭaNoun
ইংৰাজী অষ্টম মাহৰ নাম।
August
- আগস্ত্যProper Noun
ভাৰতৰ এগৰাকী প্ৰসিদ্ধ ঋষি, যাক সিদ্ধা চিকিৎসা পদ্ধতিৰ জনক বুলি জনা যায়৷
one of the famous Indian sages known to be the father of Siddha medicine
- আগহাতMaterial Noun
সোঁফালে থকা হাতখন
The hand on the right side of the body.
- আগালিāgāliNoun
ওপৰৰ বা মূৰৰ ভাগ; আগ-ছোবা; যেনে-নৈ বা গছৰ আগালি; . বিণ. থোক বা ঠাৰিৰ আগ ভাগত লগা বা জন্মা; যেনে-আগালি কল
the higher or top or source portion ; belonging to or produced at the end of a cluster
- আগাৰিāgāriNoun
আগ-ছোবা।