আগম
āgama
অৰ্থ
1.
তন্ত্ৰ-শাস্ত্ৰ; দেব-দেবীৰ পূজা ব্যবস্হা কৰা আৰু বেদৰ বহুত পাচত লিখা নতুন শাস্ত্ৰ; যি শাস্ত্ৰই লোকক সকাম পূজা-সেবাত প্ৰবৱত্ত কৰায়
a work written after the Vedas enjoining the worship of various gods and goddesses
বি.
2.
(ব্যাকৰণ) প্ৰত্যয় লোপ নকৰি অহা আখৰ; যেনে-"আখ্যায়িকা = আখ্যা + য(আগম) + অক + আ-স্ত্ৰী"
interposition of a letter in a word
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ