কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমাবৱতsamābawataAdjective
পৰিবেষ্টিত; আবৱত
surrounded
- সমালোচনাত্মকxo.ma.lo`.so.nat.mokVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism
- সমালোচনামূলকxo.ma.lo`.so.na.mu.lokVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism
- সমালোচনীxo.ma.lo`.so.niVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism
- সমালোচিতxo.ma.lo`.si.toVerbal Adj.
disapproved by pointing out faults or shortcomings
- সমাসন্নProper Adj.
অনতি পলমে নিশ্চিতভাৱে ঘটিবলগীয়া৷
ready to take place; hanging threateningly over one's head
- সমাহতx.ma.ho.toProper Adj.
দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
effected by a cut or physical damage
- সমাহাৰsamāhāraNoun; Adjective
চুম্বক; সংক্ষেপ; ; ব্যাকৰণৰ সমাস-বিশেষ; যেনে-"সমাহাৰ দ্বন্দ সমাস"
abridged ; abbreviated
- সমাহিতsamāhitaAdjective
একাগ্ৰ; যেনে-"সমাহিত চিত্তে"।
- সমাৰূপাত্মকProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- সমাৰ্থকsamārthakaAdjective
সমান বা প্ৰায় সমান অৰ্থ বুজোবা
synonymous
- সমিপবৰ্তীxo.mi.po.bor.tiProper Adj.
অনতি পলমে নিশ্চিতভাৱে ঘটিবলগীয়া৷
ready to take place; hanging threateningly over one's head
- সমিল-মিলsamila-milaAdjective
মিলা-প্ৰীতি হোৰা; আকৌ মিল হোবা
reconciled; rapprochement
- সমীচিনxo.mi.sinProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- সমীচীনsamīcīnaAdjective
যোগ্য; উপযুক্ত; সঙ্গত; যথাৰ্থ
fit; proper; suitable; right
- সমীপস্থxo.mi.pos.thoProper Adj.
Situated at a short distance.
- সমীপেদিxo.mi.pe.diVerbal Adj.
by the side of, by the edge of.
- সমীপৱৰ্ত্তীxo.mi.po.bor.tiProper Adj.
Situated at a short distance.
- সমুখতxo.mu.khotProper Adj.
নিজে মুখ কৰি থকা দিশৰ কোনো এঠাইত ৷
In a forward place or position.
- সমুচিতxo.mu.sitProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances