কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অতিশয় গোপনীয়oti.xoy go`.po.ni.yoProper Adj.
অতিশয় গোপনে ৰখা বা ৰাখিবলগীয়া অতি মূল্যৱান, গুৰুত্বপূৰ্ণ নথি-পত্ৰ, খবৰ আদি
something very important and that must be kept completely secret
- অতিষ্ঠatiṣṭhaAdjective
অস্হিৰ; থিৰেৰে থাকিব নোবৰা।
- অতিষ্ঠকৰo.tis.tho.korProper Adj.
বৰ দীঘলীয়া আৰু একাকী কোনো কাম, যিটো কৰি কোনোৱে ভাগৰি পৰে।
sth so long and monotonous that one gets tired doing it.
- অতিৰ-অৰিৰAdjective
অস্হিৰ; ব্যাকুল; শান্তি নোপোবা
unsteady; agitated; unquiet
- অতিৰঞ্জিতAdjective
বৰকৈ ৰহণ লগোবা; ডাল-পাত জোৰা দিয়া; বঢ়াই কোবা
exaggreated
- অতিৰিক্তatiriktaAdjective
প্ৰয়োজনতকৈ বেছি; নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক
excessive
- অতিৰিক্তAdjective
(অংশ)
surplus
- অতিৰেকatirekaAdjective
অতিশয়
much
- অতীজatījaAdjective
আগেয়ে হৈ যোবা; পুৰণি
past; ancient
- অতীজৰo.ti.jorProper Adj.
অতীত কালৰ সৈতে সম্বন্ধ থকা
related to the old times
- অতীতatītaAdjective
হৈ যোবা; আগেয়ে হোবা; ভূত; গত
past
- অতীন্দিয়o.tin.di.yoProper Adj.
of the nature of or pertaining to mysteries known only to the initiated
- অতীব্ৰo.tib.roProper Adj.
উগ্ৰ নোহোৱা, অৰ্থাত্ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ
very humble and gentle, without much aggression.
- অতীৱo.ti.boProper Adj.
আশা কৰাতকৈ বা লগাতকৈ বেছি৷
sth much more than what is expected or needed.
- অতুলনo.tu.lonProper Adj.
এনে ভাল যে কাৰো সৈতে ৰিজাব নোৱাৰি
so good that there is no match for it
- অতুলনীয়o.tu.lo.ni.yoProper Adj.
এনে ভাল যে কাৰো সৈতে ৰিজাব নোৱাৰি
so good that there is no match for it
- অতুল্যo.tu.lyoProper Adj.
এনে ভাল যে কাৰো সৈতে ৰিজাব নোৱাৰি
so good that there is no match for it
- অতুষ্টatuṣṭaAdjective
অসন্ত্তষ্ট; তৱপ্তি নোপোবা; বেয়া পোবা; বেজাৰ পোবা
dissatisfied
- অতৃপ্তo.trip.toVerbal Adj.
সন্তোষ নোপোৱা, তৃপ্ত নোহোৱা, হেঁপাহ নপলোৱা ।
being in the state of not fulfilled
- অত্ত-চেলাইatta-celāiAdjective
ছাল-বাকলি মাথোন থকা; নিচলা; বৰ খীণ; হাড়-ছাল অবস্হা পোবা
emaciated; very thin