← ফুৰি যাওক

অত্ত-চেলাই

atta-celāi

অৰ্থ

1.

ছাল-বাকলি মাথোন থকা; নিচলা; বৰ খীণ; হাড়-ছাল অবস্হা পোবা

emaciated; very thin

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অত্ত-চেলাই · অসমীয়া অভিধান