কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভানMaterial Noun
মানুহ বা বয় বস্তু নিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ সৰু,/মজলীয়া গাড়ী৷ মানুহ নিয়াত ব্যৱহাৰ কৰিলে ইয়াৰ পিছ ফালটোত খিৰিকী থাকে, বয় বস্তুৰ বাবে নাথাকে৷
a covered vehicle, with or without side windows at the back side, that can carry goods and/or passengers.
- ভানুbhānuNoun
সূৰ্য্য; বেলি
the Sun
- ভানুকৰbha.nu.korCommon Noun
কুকুৰ আৰু কুকুৰনেচীয়া বাঘৰ বংশধৰ, ভাল্পেচ আৰু আন সম্পৰ্কীয় প্ৰজাতিৰ অন্তৰ্গত এবিধ মাংসাহাৰী জন্তু, যাৰ কাণ দুখন থিয়, মুখখন জোঙা আৰু এডাল দীঘল ঘন নোমযুক্ত নেজ আছে৷
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail.
- ভানুজাbha.nu.jaProper Noun
এখন নদীৰ নাম; হিন্দু শাস্ত্র মতে যমুনা হ’ল মৃত্যুলোকৰ দেৱতা যমৰ ভগ্নী আৰু সুৰ্য্যদেৱৰ জীয়ৰী। গংগাৰ এখন ডাঙৰ উপনৈ। আনহাতে বহ্মপুত্ৰইও বাংলাদেশত যমুনা নাম লৈছে।
name of a river; In Hindu Mythology, Yamuna is the sister of Yama, God of Death and daughter of the Sun God. A large tributary of Ganges. On the other hand Brahmaputra inside Bangadesh takes it name Yamuna.
- ভানুমতীbhānumatīNoun
বিক্ৰমাদিত্য ৰজাৰ ভাৰ্য্যা
the wife of kind Vikramāditya
- ভান্তিbhāntiNoun
দীপ্তি; যেনে-"পদতল আৰকত ভান্তি" (বৰগীত)
lustre
- ভান্তেbhan.teAbstract Noun
থেৰাবাদী (হীনযান) বৌদ্ধধৰ্মী ভিক্ষু-ভিক্ষুনীসকলক ভান্তে বোলে৷
Buddhist monks in the Theravada tradition
- ভাপbhāpaNoun
অত্যন্ত তাপৰ দ্বাৰায় হোবা কঠিন আৰু তৰল বস্ত্তৰ শুকান, বায়ুবৎ আৰু চকুৰে মনিব নোবৰা ৰূপ; বায়ুৰ লগত মিহলি হৈ থকা পানীৰ বায়ুবৎ ৰূপ
vapour; the invisible form of water in the atmosphere
- ভাপ নাওঁbhap na~uMaterial Noun
ভাপশক্তিৰে চলা নাওঁ৷
a boat driven by steam.
- ভাপ-জাহাজ, তাপ- নাওNoun
পানী-ভাপেৰে চলোবা জাহাজ
a stream vessel or steamer
- ভাপকলbhap.kolMaterial Noun
ভাপেৰে চলা মেচিন৷
a machine run by steam.
- ভাপগাড়ীbhap.ga.riProper Noun
লোৰ পটিৰ ওপৰেৰে চলা, বহুতো ডবা থকা এক গণ-যাতায়ত ব্যৱস্থা৷
a mass transport system with a number of boggies that runs on a steel track.
- ভাপজাহাজbhap.ja.hajMaterial Noun
ভাপ শক্তিৰে চলা জাহাজ৷
a ship driven by steam.
- ভাপত দিয়াAbstract Noun
Example:बाजैआ फिथा हमदों৷ ओंखाम हमनाय৷
Example:बाजैआ फिथा हमदों৷ ओंखाम हमनाय৷
- ভাবbhāba
"ভাও" চোবাঁ; যেনে-"পৰিগ্ৰহ তেজিলোহো তাপসৰ ভাব" (মা. ক., অযোধ্যাকাণ্ড)।
- ভাব অনুধাৱনbhab o.nu.dha.bonVerbal Noun
আনৰ মনত কি খেলাইছে, আনে কি ভাবিছে, তাক বুজা৷
understanding what somebody else is thinking.
- ভাব-বিনিময়bhab.bi.ni.moiVerbal Noun
The act or process of interacting. Mutual or reciprocal action or influence
- ভাব-বোধক ফুটbhāba-bodhaka, phuṭaNoun
খং, আচৰিত হোবা ইত্যাদি ভাব বুজোবা চিন "!"
the note of interjection
- ভাব-ভংগীbhab-bhong.giAbstract Noun
কোনো বস্তু বা বিষয়ৰ প্ৰতি থকা অনুভৱ
feelings towards something
- ভাবঁৰীbhābam̐rīNoun
কঁৰাশলি ঘূৰোবা কাঠৰ ঘিলা
the fly-wheel which keeps in motion the spindle on which the muga silk is wound