ভাপ
bhāpa
অৰ্থ
1.
অত্যন্ত তাপৰ দ্বাৰায় হোবা কঠিন আৰু তৰল বস্ত্তৰ শুকান, বায়ুবৎ আৰু চকুৰে মনিব নোবৰা ৰূপ; বায়ুৰ লগত মিহলি হৈ থকা পানীৰ বায়ুবৎ ৰূপ
vapour; the invisible form of water in the atmosphere
বি.
2.
তাপৰ গতিকে কোনো বস্ত্তৰ গাৰপৰা ওলোবা তপত বায়ু
warmth emitted or reflected from a heated substance
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ