কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেমেকাṭemekāNoun
মেৰুণ; ঘাই গাৰপৰা ওলোবা উঠঙা
a small protuberance; a tumour
- টেমেনাṭemenāNoun
অলপ দীঘলীয়া পাতেৰে এবিধ লতা-চানেকীয়া সৰু গছ [চোবাই এঠাৰ নিচিনা পুল আৰু থোপা পাতি জালুক একোটিৰ সমান গুটি ধৰে; মদ বা হুৰ পিঠা তৈয়াৰ কৰাত ব্যবহাৰ হয়।]।
- টেলনিṭelaniNoun
নাবৰ বাৰ হাতেৰে বা ভৰিৰে টলংভটং কৰি তাৰ পানী উলিওবা কাৰ্য্য
the act of reeling or shaking a boat to throw out the water from it
- টেলাইṭelāiNoun
মনোযোগ; কোনো কথালৈ কাণ কৰা কাৰ্ষ্য
care; the act of paying heed to a thing
- টেলিগ্ৰাফṭeligrāphaNoun
বিজুলীৰ সহায়েৰে সঙ্কেতত সংবাদ-প্ৰেৰণ।
telegraph
- টেলিগ্ৰামṭeligrāmaNoun
বিজুলীৰ সহায়েৰে পঠোবা বাতৰি।
telegram
- টেলিফোনṭeliphonaNoun
বিজুলীৰ সহায়েৰে দূৰৰপৰা কথা পতা কাৰ্য্য; তেনেকৈ কথা পতা যন্ত্ৰ।
telephone
- টেলিস্কোপṭeliskopaNoun
দূৰবীক্ষণ যন্ত্ৰ।
telescope
- টেলেগুṭeleguNoun
অন্ধ্ৰদেশৰ মানুহ আৰু তেওঁলোকৰ ভাষা; তেলুগু
the people and the language of Andhra State
- টেলেঙনিṭeleṅaniNoun
আছাৰ খাই কোবেৰে পৰি বাগৰি যোবা কাৰ্ষ্য
the act of falling and rolling down violently
- টেলোঠা-মাৰিNoun
কাণ দিয়া মাৰি।
- টেহৰানteh.ranProper Noun
ইৰানৰ ৰাজধানী
Tehran is the capital of Iran and Tehran Province since 1778. With a population of around 8.3 million and surpassing 14 million in the wider metropolitan area, Tehran is Iran's largest city and urban area, and the largest city in Western Asia.
- টেৰুৱাte.ru.waCommon Noun
একে সময়তে দুয়োটা চকুৰে একে দিশলৈ চাৱ নোৱাৰা চকুৰ এটা বিশেষ জন্মগত বিসঙ্গতি |
A disorder of vision due to a deviation from normal orientation of one or both eyes so that both cannot be directed at the same object at the same time.
- টোঁটোলাṭom̐ṭolāNoun
জন্ত্তবে আঙাৰ ভৰাই থোবা ডিঙিৰ তলৰ জোলোঙা
the crop or first stomach of birds and animals
- টোঁবা-টুঁইṭom̐bā-ṭum̐iNoun
এজনে আনজনলৈ অস্ত্ৰ দঙা বা লক্ষ্য কৰা কাৰ্য্য
the act of aiming weapons at each other
- টোঁহা টোঁহাṭom̐hā, ṭom̐hāNoun
কেঁচুবাৰ কান্দোন।
- টোকনNoun
কৱদ.
- টোকনṭokanaNoun
টাঙন; আঘাত কৰা ডাং বা শকত মাৰি
a club; a heavy stick
- টোকনীṭokanīNoun
টোকোনা স্ত্ৰী।
- টোকনী কাকতto`.ko.ni ka.kotMaterial Noun
কেঁচা আখৰৰ চিয়াহী টুকি আখৰ শুকুওৱা কাকত ।
Absorbent paper used to dry ink.