← ফুৰি যাওক

টেমেকা

ṭemekā

অৰ্থ

1.

মেৰুণ; ঘাই গাৰপৰা ওলোবা উঠঙা

a small protuberance; a tumour

বি.

সমাৰ্থক শব্দ

2.

এবিধ সৰু, ছালেৰে ছোবা বাদ্য; যেনে-"ঢোলৰ লগত টেমেকা।"

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ