কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছোকোলাso.ko.laMaterial Noun
কণী বা কাঠ-বাদাম জাতীয় ফলৰ টান আৱৰণ
the hard outer covering of an egg or a nut
- ছোপso`pCommon Noun
বহু ঠাল-ঠেঙুলি থকা এক চাপৰ গছ
A low growing plant with many branches
- ছোপাchopāNoun
জোপোহা; জোপোহা গছ
grove; shurb
- ছোবাchobāNoun
ল'ৰা
a boy
- ছোবালীchobālīNoun
কুমাৰী; বিয়া নিদিয়া বালিকা
a girl; an unmarried girl
- ছোবালীNoun
girl; a young woman
- ছোবাৰchobāraNoun
ঘোঁৰাত উঠা কাৰ্য্য
riding
- ছোবাৰীchobārīNoun
ঘোঁৰাত উঠা কাৰ্য্য
riding
- ছোভাchobhāNoun
কোনো অপৰাধ কৰাৰ আশঙ্কা
suspicion
- ছোহাৰাchohārāNoun
খাজুৰ জাতিৰ এবিধ গছ আৰু তাৰ গুটি
the edible date; phoenix dacty-lifera
- ছোহোৰাchohorāNoun
খাজুৰ জাতিৰ এবিধ গছ আৰু তাৰ গুটি
the edible date; phoenix dacty-lifera
- ছোৱাso`.waCommon Noun
কোনো বস্তুৰ গঠন বা নিৰ্মাণত ব্যৱহাৰ হোৱা সৰু অংশ
The full or proper portion or part allotted or belonging to or contributed or owed by an individual or group.
- ছোৱালীso’wa.liCommon Noun
অবিবাহিত কম বয়সৰ মাইকী মানুহ ৷
An unmarried youthful female person.
- ছ্যুকাফাsyu.ka.phaProper Noun
৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম ৰজা আৰু আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা৷ অসমৰ সকলো জাতি-জনজাতিক একগোট কৰি ছ্যুকাফাই অসমীয়া এটা সৱল জাতি হিচাপে প্ৰতিষ্ঠিত কৰিছিল৷ ছ্যুকাফা তাই বা থাই গোষ্ঠীৰ ’শান’ সকলৰ বংশধৰ৷ আহোমৰ আদিপুৰুষ লেংডনৰ আজোনাতি চাও চাং ন্যেওৰ পুত্ৰ৷ ১২২৮ চনৰ ১৬ আঘোণৰ দিনা ছ্যুকাফা অসম সোমায়৷ মৃত্যু ১২৬৮ চনত৷
the first Ahom king in medieval Assam, was the founder of the Ahom kingdom. A Tai prince originally from Mong Mao, the kingdom he established in 1228 existed for nearly six hundred years and in the process unified the various tribal and non-tribal peoples of the region that left a deep impact on the region. In reverence to his position in Assam's history the honorific Chaolung is generally associated with his name (Chao: lord; Lung: great). Since 1996 December 2 has been celebrated in Assam as the Sukaphaa Divas, or Asom Divas (Assam Day), to commemorate the advent of the first king of the Ahom kingdom in Assam after his journey over the Patkai Hills.
- ছয়chaẏaNoun
দুই আৰু চাৰি
six
- ছয় চক্ৰchaẏa, cakraNoun
শৰীৰৰ ভিতৰত থকা পদুমৰ আকৱতিৰ ছটা ঠাই; যেনে- আধাৰ, মূলাধাৰ, স্বাধিষ্ঠান, আদি; যেনে-"শৰীৰৰ ছয় চক্ৰ চিন্তে ষিটোজন" (কীৰ্ত্তন)।
- ছয় তৰ্কchaẏa, tarkaNoun
হিন্দুৰ ছখন দৰ্শন-ন্যায়, বৈশেষিক, পাতঞ্জল, সাংখ্য, মীমাংসা, বেদান্ত।
- ছয় শত্ৰুchaẏa, śatruNoun
নাক, মুখ, মন, চকু, ছাল, আৰু কাণ-এই ছটা ইন্দ্ৰিয়।
- ছয় ৰিপুchaẏa, ripuNoun
কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য্য।
- ছয়-মাহিলিchaẏa-māhiliNoun
ছমহীয়া।