← ফুৰি যাওক

ছয় চক্ৰ

chaẏa, cakra

অৰ্থ

1.

শৰীৰৰ ভিতৰত থকা পদুমৰ আকৱতিৰ ছটা ঠাই; যেনে- আধাৰ, মূলাধাৰ, স্বাধিষ্ঠান, আদি; যেনে-"শৰীৰৰ ছয় চক্ৰ চিন্তে ষিটোজন" (কীৰ্ত্তন)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছয় চক্ৰ · অসমীয়া অভিধান