কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমলিংগানুৰাগীProper Adj.
যৌন উপাদান অবিহনে সমলিংগ ব্যক্তিৰ প্ৰতি থকা মৰমৰ অনুভূতি
the affection of or liking others of the same sex but without a genital component
- সমলয়samalaẏaAdjective
মিল হৈ শুনিবলৈ ভাল হোৰা; সুশ্ৰাব্য হোবা
harmonious
- সমসত্বxo.mo.xot.toProper Adj.
এটা গোট, য’ত নেকি সকলো উপাদান বা সদস্য একেই প্ৰজাতিৰ বা একেই গুণাগুণবিশিষ্ট।
elements in a group that are all of the same or similar kind.
- সমসাময়িকsamasāmaẏikaAdjective
"সমকালিক"।
- সমস্তsamastaAdjective
আটাই; সকলো; সব; সৰ্ব্ব
all
- সমস্যাবহুলxo.mo.xya.bo.hulAdjective Adj.
কঠিন আৰু সমাধান কৰিবলৈ অসুবিধা হোৱা৷ যেনেঃ কামটো বৰ সমস্যাবহুল হৈ পৰিল৷
(of a situation, event, problem)that is complicated and difficult to solve.
- সমসৰsamasaraAdjective
তুল্য; নিচিনা; যেনে-"বোলাহা পুত্ত্ৰেক হোক তুমি সমসৰ" (দশম)।
- সমাংগxo.mang.goProper Adj.
সমান বা যথোপযুক্ত পৰিমাণৰ।
being in harmonious or proper arrangement or adjustment, proportion, etc.
- সমাকীৰ্ণxo.ma.kir.noProper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- সমাগতsamāgataAdjective
উপস্হিত; আহি পোবা
arrived
- সমাজতান্ত্ৰিকxo.maj.tan.trikProper Adj.
সমাজবাদ বা সমাজতন্ত্ৰৰ সৈতে জড়িত বা সম্পৰ্ক থকা
of, characteristic of, implementing, or relating to socialism
- সমাদৃতxo.ma.dri.toVerbal Adj.
যাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে
who has been shown respect
- সমানsamānaAdjective
সম; তুল্য; একে পৰিমানৰ; সদৱশ
equal; of equal measure; similar
- সমানুপাতিকxo.ma.nu.pa.tikProper Adj.
যেতিয়া দুটা চলকৰ মান একেলগে সলনি হয় অৰ্থাৎ এটা বাঢ়িলে আনটোও বাঢ়ে আৰু এটা কমিলে আনটোও কমে তেন্তে চলক দুটা পৰস্পৰ সমানুপাতিক
when two parameters changes values together, i.e. as one increasses, the other also increases and vice versa, then they are called proportional to each other
- সমান্তৰালsamāntarālaAdjective
সমান আঁতৰত বা দূৰত থকা; . সমান্তৰাল ক্ষেত্ৰ বি. সমুখা-সমুখি ভূজবিলাক সমান্তৰাল সৰল ৰেখাৰে আগুৰা ক্ষেত্ৰ, . সমাপক বিণ. শেষকাৰী; সমাপ্তকাৰী; পূৰক; . স্ত্ৰী. সমাপিকা।
parallel ; a parallelogram ; completing
- সমাপকxo.ma.pokProper Adj.
যি পূৰণ কৰে, অৰ্থাত্ কিবা এটা পূৰা কৰে, অভাৱ দূৰ কৰে অথবা জোৰদাৰ বা সম্প্ৰসাৰিত কৰে৷
refers to something added to complete a thing, make up for a deficiency.
- সমাপ্তsamāptaAdjective
শেষ কৰা; সম্পূৰ্ণ; . সমাপ্তি বি. শেষ; অন্ত; ওৰ; সমাপন
finished ; end; conclusion; finish
- সমাপ্তকাৰীxo.map.to.ka.riProper Adj.
যি পূৰণ কৰে, অৰ্থাত্ কিবা এটা পূৰা কৰে, অভাৱ দূৰ কৰে অথবা জোৰদাৰ বা সম্প্ৰসাৰিত কৰে৷
refers to something added to complete a thing, make up for a deficiency.
- সমাবিদ্ধxo.ma.bidh.dhoVerbal Adj.
দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
Having a link between two or more systems, persons, objects, events etc.
- সমাবৃতxo.ma.bri.toVerbal Adj.
ঢাকি ৰখা, বেৰি ধৰা ।
Having a layer or amount of something over it.