কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাস্তবbāstabaAdjective
বস্ত্ত-সম্বন্ধীয়; অস্তিত্ব থকা; নিশ্চয়
real; substantial; material
- বাস্তৱধৰ্মীbas.tob.dhor.miAdjective Adj.
আচল, বাস্তৱিক জীৱনক স্বীকাৰ কৰা আৰু তাক ঠিক তেনেদৰেই (সাহিত্যত) অংকিত কৰা৷ যেনেঃ বাস্তৱধৰ্মী উপন্যাস৷
acknowledging, representing lives as they are in the real life.
- বাস্তৱিকbas.to.bikProper Adj.
সঁচাকৈ থকা বা ঘটা; কাল্পনিক, আদৰ্শ বা কাহিনীভিত্তিক হোৱাৰ সলনি সঁচা
existing or occurring as fact; actual rather than imaginary, ideal, or fictitious
- বাহbāhaNoun
খেৰ-কুটা আদিৰে সজা চৰাই, মৌ আদি থকা ঠাই
a nest; a bee-hive
- বাহতুবাbāhatubāAdjective
অনেক মানুহে ব্যবহাৰ কৰা
used by many
- বাহতুৱাbah.tu.baProper Adj.
অনেক মানুহে ব্যৱহাৰ কৰা ৷
Something that has been used by many.
- বাহাকba.hakProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- বাহালbāhālaAdjective
সলনি বা লৰচৰ নোহোবা
intact
- বাহাৰিba.ha.riProper Adj.
প্ৰলোভিত কৰিব বা মন মুহিব পৰা|
having an air of allure, romance and excitement.
- বাহিba.hiProper Adj.
(food) kept or stored over night with an intention to eat the next day.
- বাহিনীbāhinīNoun
অশ্ব, গজ, পদাতিক সহ সৈন্যৰ দল
an army
- বাহিৰbāhiraNoun
বাজফাল; ভিতৰৰ বিপৰীত
outside
- বাহিৰকণীয়াbāhirakaṇīẏāAdjective
বাহিৰফাললৈ কাণ ওলাই যোবা (পাত্ৰ)
having the brim flattened outside
- বাহিৰাbāhirāAdjective
বাজত থকা
living or staying outside
- বাহিৰৰba.hi.rorProper Adj.
মূল বিষয় অথবা পৰিসৰৰ বাহিৰৰ|
Happening or arising or located outside or beyond some limits or especially surface.
- বাহীbāhīAdjective
আগদিনা খাব লগীয়া কিন্ত্ত পাছদিনালৈ ৰখা; পৰ্যুষিত
kept over night; stale
- বাহুবলীba.hu.bo.liProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- বাহুল্যbāhulyaNoun
অধিক পৰিমাণ; প্ৰচুৰ পৰিমাণ
plenty
- বাহুল্যবৰ্জিতAdjective Adj.
using very few words to say something.
- বাহ্যbāhyaAdjective
বাজৰ
external