← ফুৰি যাওক

বাহিনী

bāhinī

অৰ্থ

1.

অশ্ব, গজ, পদাতিক সহ সৈন্যৰ দল

an army

বি.

2.

নৈৰ দৰে বৈ যোবা

flowing as a river

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাহিনী · অসমীয়া অভিধান