কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিবৰ্তমানni.bor.to.manProper Adj.
not in action in doing something
- নিবৰ্ত্তমানni.bor.to.manProper Adj.
not in action in doing something
- নিবৱত্তnibawattaAdjective
কৰিবলৈ এৰা; নিবৰ্ত্তমান; ক্ষান্ত
ceasing; stopped
- নিভProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- নিভঁজুবাnibham̐jubāAdjective
বেঁকা নোহোবা; পোন; . শুধ; সামান্য ধাতুৰ লগত মিহলি নকৰা; যেনে -"নিভাঁজ ৰূপ"
straight ; unalloyed; genuine
- নিভঁজুৱাni.bho~.ju.waProper Adj.
কোনো বেলেগ, নিম্ন মানৰ বস্তু মিহলি নথকা; কোনো অশুদ্ধতা বা বাহিৰা বস্তুযু্ক্ত নোহোৱা।
free from anything of a different, inferior, or contaminating kind; free from extraneous matter.
- নিভাঁজnibhām̐jaAdjective
বেঁকা নোহোবা; পোন; . শুধ; সামান্য ধাতুৰ লগত মিহলি নকৰা; যেনে -"নিভাঁজ ৰূপ"
straight ; unalloyed; genuine
- নিভাৰসাnibhārasāAdjective
আশাহীন; ভাৰসা নথকা
hopeless
- নিভৃতni.bhri.toProper Adj.
দৰ্শন কৰা বা আৱিষ্কাৰ কৰাত বাধা থকা।
prevented from being seen or discovered.
- নিভৱতnibhawataAdjective
নিৰ্জন; জনশূন্য; গোপন
solitary; secret
- নিমখ-হাৰামni.mokh.-ha.ramProper Adj.
আনে কৰা উপকাৰ স্বীকাৰ নকৰা অথবা উপকাৰৰ সলনি অপকাৰ কৰা
Not feeling or showing gratitude
- নিমখহাৰামAdjective
[ফা. + আ. হৰাম] নিমখ খাই হাৰামি (অধৰ্ম্ম) কৰা মানুহ
ungrateful fellow
- নিমখীয়াni.mo.khi.yaProper Adj.
নিমখৰ, নিমখ-যুক্ত বা নিমখেৰে সোৱাদ কৰা
Of, containing, or seasoned with salt
- নিমগনni.mo.gonProper Adj.
কোনো প্ৰচেষ্টাত অংশ লোৱা
Associated with or participate in an effort
- নিমগ্নnimagnaAdjective
(পানীত) তল যোবা; ডুবা
plunged
- নিমজnimajaAdjective
মিহি; শীতল; ওখৰা-মোখৰা বা খহটা নোহোবা; সমান
smooth; even
- নিমজ্জিতni.moj.ji.toProper Adj.
কোনো প্ৰচেষ্টাত অংশ লোৱা
Associated with or participate in an effort
- নিমন্ত্ৰিতAdjective
কোনো কাৰ্য্যৰ নিমিত্তে মতা; নিমন্ত্ৰণ পোবা
invited
- নিমাওমাওnimāomāoAdjective
মানুহৰ শব্দ নথকা (ঠাই); নিৰ্জন
lonely; solitary
- নিমাখিতnimākhitaAdjective
বৰ দুখীয়া; ; নিৰীহ
very poor ; innocent