← ফুৰি যাওক

নিভাঁজ

nibhām̐ja

অৰ্থ

1.

বেঁকা নোহোবা; পোন; . শুধ; সামান্য ধাতুৰ লগত মিহলি নকৰা; যেনে -"নিভাঁজ ৰূপ"

straight ; unalloyed; genuine

বিণ.

সমাৰ্থক শব্দ

2.

আন বস্ত্তৰে মিহলি নকৰা (গাখীৰ আদি)

unadulterated

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিভাঁজ · অসমীয়া অভিধান