← ফুৰি যাওক

নিমগ্ন

nimagna

অৰ্থ

1.

(পানীত) তল যোবা; ডুবা

plunged

বিণ.

2.

(বিপদ বা শোকত) পৰা

involed in troubel or anxiety; thrown into grief

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিমগ্ন · অসমীয়া অভিধান