কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জুলুমৰাজAdjective
বৰকৈ আমনি কৰা; ; জুলুম কৰ্।
too much annoying; tyrannical
- জুয়ে-পোৰাju.ye-po`.raVerbal Adj.
পোৰা, এঙাৰ বা ছাই কৰা
Burn to charcoal, Undergo combustion, Cause to burn or combust
- জুৰjuraAdjective
চেঁচা; শীতল; তপত নোহোবা
cool
- জুৰʼProper Adj.
কম উষ্ণতা বিশিষ্ট
pertaining to low temperature
- জুৰজুৰীয়াAdjective
শুকাই কেও কাৰো গাত নলগা (গুৰি বস্ত্ত); শুকাই এটা এটা হোবা
not adhering to one another like dry powder
- জুৰুলাjurulāAdjective
দুৰ্ব্বল; ক্ষীণ; নিশকতীয়া; দৰিদ্ৰ
weak; enfeebled; impoverished
- জুৰুলি-জুপুৰিju.ru.li-ju.pu.riProper Adj.
কোনো বস্তু বা প্ৰাণী বৰকৈ তিতা অৱস্থা৷ যেনে বৰষুণৰ পানী ইত্যাদি৷
Something that extremely wet. such as rainy water.
- জুৰুলীjurulīAdjective
তিতি পানী ৰৈ থকা; বৰকৈ তিতা
drenched; saturated
- জুৰুলী-জুপুৰীjurulī-jupurīAdjective
বৰকৈ তিতা
heavily saturated with water; exceedingly wet
- জেংজেঙীয়াjeñjeṅīẏāAdjective
জেঙৰ নিচিনা; নীৰস আৰু মঙহ নথকা
resembling dry twigs
- জেউথাProper Adj.
জেঠ মাহত হোৱা বা ওপজা ৷
born or produced in the month of Jeth.
- জেকাjekāTransitive verb
অলপকৈ আৰ্দ্ৰ কৰ্; অলপকৈ তিয়া; সেমেকা
to cause to be damp or moist
- জেকেট-মেকেটjekeṭa-mekeṭaAdjective
অলপকৈ তিতা; সেমেকা; এঠা-এঠি; হাতত লাগি ধৰা
moist; gummy; viscid; sticky
- জেকেৰাje.ke.raAdjective Adj.
টানকৈ কোৱা কথা৷
words uttered in harshness.
- জেক্জেকীয়াAdjective
জেকেট-মেকেট।
- জেগেলাjegelāAdjective
মলিন; জঘন্য; গেলা-পচা বস্ত্তৰে পূৰ
dirty; filthy
- জেঙেৰাjeṅerāAdjective
কেটেৰা; অসন্তোষ প্ৰকাশ কৰি কটু বা টান কথা কোবা
sharp and angry
- জেঙেৰীয়াjeṅerīẏāAdjective
জগৰীয়া; দোষ জন্মোবা
guilty; offensive
- জেঠী-নেগুৰীয়াAdjective
জেঠীৰ নেগুৰৰ দৰে ক্ৰমে এফাললৈ সৰু হৈ যোবা
tapering towards one side
- জেঠী-পতাAdjective
জেঠীৰ নেগুৰৰ নিচিনা এফাললৈ ক্ৰমে সৰু কৰি সজা
tapering