← ফুৰি যাওক

জেংজেঙীয়া

jeñjeṅīẏā

অৰ্থ

1.

জেঙৰ নিচিনা; নীৰস আৰু মঙহ নথকা

resembling dry twigs

বিণ.

2.

ডাল-ডলীয়া; এডাল এডাল হৈ থকা

distinct and separate

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জেংজেঙীয়া · অসমীয়া অভিধান