← ফুৰি যাওক

জুৰ

jura

অৰ্থ

1.

চেঁচা; শীতল; তপত নোহোবা

cool

বিণ.

2.

শান্ত

mild; dispassionate

বিণ.

3.

লেহেম; লেধা

slow

বিণ.

4.

তাপ নথকা সময় বা অবস্হা; যেনে -"জুৰত কাম কৰিবাঁ"

coolness

বি.

5.

জুৰি; সিজাবৰ নিমিত্তে মোকোটাই গাঁঠি বন্ধা কচু বা মৰা শাক

jute plant or other vegetables tied into a knot for cooking

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ