কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মুহূৰ্ত্তেAdverb
এক মুহূৰ্ত্ততে; ক্ষণেকতে; বেগাই; খন্তেকতে
in a moment; quickly; instantly
- মুড়িmuṛiNoun
চাউল ভাজি কৰা আখৈ
husked rice inflated or blown by parching
- মূছকঁছ্ যাmus.ko~s jaVerb-Intran.
মগজুত তেজৰ সৰবৰাহ বন্ধ হোৱাৰ কাৰণে অস্থায়ীভাৱে চেতনাহীন হোৱা বা সাৰ-সুৰ নোহোৱা হোৱা
to lose consciousness temporarily due to a loss of blood supply to the brain
- মূতmūtaNoun
ক্ষুদ্ৰ-শৌচ; সৰুপানী
urine
- মূতাTransitive verb
মূত্ৰ ত্যাগ কৰা; প্ৰসাব কৰা; ক্ষুদ্ৰ-শৌচ কৰা; সৰুপানী ছোবা
to cause to make water
- মূত্mutVerb-Trans.
বৃক্কই তেজ পৰিশোধন কৰি বাহিৰ কৰা জুলীয়া দ্ৰৱ্য (প্ৰস্ৰাব বা মূত) দেহৰ পৰা ত্যাগ কৰ্।
to discharge urine, a liquid waste matter excreted by the kidneys.
- মূত্ৰ-ত্যাগmut.ro-tyagVerbal Noun
প্ৰস্ৰাৱ ত্যাগ কৰা, অৰ্থাৎ পেচাব কৰা কাৰ্য্য।
the act of passing or voiding urine.
- মূমূৰ্ষVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মূমূৰ্ষুmu.mur.xuVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মূলতঃmu.lo.tohAdverb
কোনো বিষয়ৰ প্ৰধান বা শ্ৰেষ্ঠ অংশ ৰূপে
for the most part; in the main; to the greatest extent.
- মূলে-মূলেmūle-mūleAdverb
মূল ধনৰ সমান; পুঁজিৰ জোখাই; লাভ- লোকচান নোহোবাকৈ
barely; without gain; at par
- মূলেইmūleiAdverb
সমূলি; সমূলঞ্চে; মোটেই; নিচেই
entirely; totally; in the least
- মূলোচ্ছেদ কৰ্mu.lo`s.sed korVerb-Trans.
কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷
to destroy something completely.
- মূল্যাংকন কৰ্mu.lyang.kon korVerb-Trans.
সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc.
- মূল্যায়ন কৰ্mu.lya.yon korVerb-Trans.
সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc.
- মূৰ কাটি পেলাmur ka.ti pe.laVerb-Trans.
(কোনো) ব্যক্তিৰ মূৰটো দেহৰ পৰা বিচ্ছিন্ন কৰ্।
Cut the head off (a person), esp. as execution.
- মূৰ জোকাৰ্mur jo`.karVerb-Trans.
কোনো বিষয় সম্পৰ্কে সহমতত উপনীত হ।
To come into or be in accord, as of opinion.
- মূৰ দোঁৱাmur do`~.waVerb-Intran.
সন্মুখলৈ হালি মূৰ তললৈ কৰি সন্মান জনোৱা
To show respect by bending forward at the waist
- মূৰকতmūrakataAdverb
মূৰত; অন্তত; শেষত
at the end; at last
- মূৰতmu.rotAdverb
বহু প্ৰচেষ্টাৰ পৰিণতিত হোৱা বা ঘটা
happening at the end of several attempts