মুড়ি
muṛi
অৰ্থ
1.
চাউল ভাজি কৰা আখৈ
husked rice inflated or blown by parching
বি.
2.
ঢাকি; আচ্ছাদন কৰি; যেনে-"অৰুণ অধৰ মুড়ি কান্দে যদুমণি" (বৰগীত)।
ক্ৰি.
3.
চিলাই কৰোঁতে দিয়া কাপোৰৰ ভাঁজ।
ক্ৰি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ