কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উৰ্urIntransitive verb
পাখিত ভৰ দি বা পাখি কোবাই আকাশেদি যা; বায়ুত চলন কৰ্
to fly; to soar
- উৰ্দ্ধur.dhoAdverb
ওপৰৰ দিশলৈ বা ওপৰলৈ
towards a higher place or position
- উৰ্দ্ধগামীVerbal Adj.
নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰা |
One who has grown and advancing or becoming higher or greater in degree or value or status.
- উৱল্u.wolVerb-Trans.
ফাটি ওলমি যা অৰ্থাত্ গেলি বা পচি এৰাই যা
to be torn to pieces