← ফুৰি যাওক

উৰ্

ur

অৰ্থ

1.

পাখিত ভৰ দি বা পাখি কোবাই আকাশেদি যা; বায়ুত চলন কৰ্

to fly; to soar

অক. ধা.

সমাৰ্থক শব্দ

2.

নাইকিয়া বা নেদেখা হ; যেনে-"তাৰ ধন-বস্ত্ত দুদিনতে উড়িল"

to pass away; to disappear quickly

অক. ধা.

সমাৰ্থক শব্দ

3.

"উড়্" চোবাঁ।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উৰ্ · অসমীয়া অভিধান