কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অন্ততon.totAdverb
বহু প্ৰচেষ্টাৰ পৰিণতিত হোৱা বা ঘটা
happening at the end of several attempts
- অন্তভূক্তকৰণVerbal Noun
বহল শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা
Including something within a broader category.
- অন্তিম যাত্ৰাon.tim jat.raVerbal Noun
মৃত ব্যক্তিৰ শৰীৰ অৰ্থাৎ মৰাশ শ্মশান বা কবৰস্থানলৈ শোভাযাত্ৰা কৰি লৈ যোৱা৷
the procession taking a dead person to a cremation ground or cemetery.
- অন্তৰিantariAdverb
ভিতৰি
inwardly
- অন্তৰেৰেon.to.re.reAdverb
at or to a considerable extent downward;To a great depth.
- অন্তৰ্ঘাটমূলকon.tor.ghat.mu.lokVerbal Adj.
অপকাৰ হোৱা কাম কৰি অসুবিধা বা বিপদত পেলোৱা।
causing disruption by a detrimental act.
- অন্তৰ্ঘাতী কাৰ্য কৰon.tor.gha.ti kar.jyo korVerb-Trans.
কাৰোবাৰ আগত প্ৰতিবাদ কৰিবলৈ বা শতৰুক বাধা দিবলৈ বা তেওঁলোকৰ লোকচান কৰিবলৈ জানি বুজি বাট পথ, দলং, যাতায়ত ব্যৱস্থা, চিকিৎসালয় আদি ধ্বংস কৰা৷
to deliberately damage, destroy or spoil roads,machines, transport, hospitals etc. to prevent an enemy or to protest about something
- অন্তৰ্ধান হon.tor.dhan hoVerb-Intran.
চকুৰে দেখা পোৱাৰ পৰা আঁতৰ হ
to cease to exist; to go away from eye-sight
- অন্তৰ্ভুক্ত কৰ্on.tor.bhuk.to korVerb-Trans.
সমগ্ৰ বা সমূহৰ ভিতৰত ঠাই দিয়া
to put in a certain category, comprise or reckon in as part of a whole,
- অন্ধ অনুকৰণon.dho o.nu.ko.ronVerbal Noun
বিচাৰ বিৱেচনা নকৰাকৈ অনুসৰণ কৰা কাৰ্য্য ।
The act of following blindly.
- অন্ধভাৱেon.dho.bha.beAdverb
ভালদৰে নজনাকৈ বা ভালকৈ জানি নোলোৱাকৈ
without having perfect knowledge
- অন্যথাIndeclinable
নতুবা; নকৰিলে; আনদৰে কৰিলে; অন্যৰকম কৰিলে
otherwise
- অন্যথা কৰ্o.nyo.tha korVerb-Trans.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
- অন্যমনস্ক কৰ্Verb-Trans.
মন বা মনোযোগ অন্য ফাললৈ আকৰ্ষণ কৰ্ ৷
to draw away or divert the mind or attention.
- অন্যায়কৈo.nyay.koiAdverb
unlawfully, do something by breaking some law or rule
- অন্যায়কৈ, অন্যায়ৰূপে; অন্যায়নৰক অন্যায়Adverb
বা অপকাৰ কৰিলে বিখন নৰকত শান্তি ভুগিব লাগে
the hell of injustice
- অন্যায়পূৰ্ব্বকo.nyay.purb.bokAdverb
unlawfully, do something by breaking some law or rule
- অন্যায়ভাৱেo.nyay.bha.beAdverb
unlawfully, do something by breaking some law or rule
- অন্যায়ে-সন্যায়েAdverb
(পু. অ.) যেনে তেনে উপায়েৰে
by hook or crook
- অন্যায়ৰূপেo.nyay.ru.peAdverb
unlawfully, do something by breaking some law or rule