← ফুৰি যাওক

অন্যথা

অৰ্থ

1.

নতুবা; নকৰিলে; আনদৰে কৰিলে; অন্যৰকম কৰিলে

otherwise

অব্য.

2.

অন্যপ্ৰকাৰ; লৰচৰ; বিপৰীত

changed; modified; centrary

বিণ.

3.

এনেয়ে; বিবেচনা নকৰাকৈ

thoughtlessly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ