কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেকনাphekanāNoun
গছৰ ডালৰপৰা ফেৰেঙণি মেলি ওলোবা ডাল
a forking branch of a tree
- ফেকুন্দাphekundāNoun
"ভেঁকুৰা" চোবাঁ।
- ফেক্টৰীMaterial Noun
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
a building where sth is manufactured / built
- ফেক্সpheksMaterial Noun
চিঠি, নথি-পত্ৰ, নক্সা, ছবি আদি অবিকলভাৱে প্ৰতিলিপি কৰি এঠাইৰ পৰা আনঠাইলৈ পঠিয়াব পৰা যান্ত্ৰিক ব্যৱস্থা৷
a method or device for transmitting documents, drawings, photographs, or the like, by means of radio or telephone for exact reproduction elsewhere.
- ফেচফেচphecaphecaNoun
অসাৰ কথোপকথন
useless talk
- ফেচাphecāNoun
ঘূৰণীয়া আৰু পোন্দোবা চকু আৰু চেপেটা মুখেৰে এবিধ ৰাতি চৰা চৰাই; নিয়ঁতী চৰাই
the barn or common owl
- ফেচিবাদphe.si.badAbstract Noun
স্বেচ্ছাচাৰী, জাতীয় ভাৱাপন্ন সোঁপন্থী চৰকাৰ বা সামাজিক অনুষ্ঠান৷
an authoritarian and nationalistic right-wing system of government and social organization.
- ফেচুphecuNoun
এবিধ কিচ্কিচ্ কৰে ক'লা দীঘল আৰু আগটো দুফাললৈ মেল খোবা নেজেৰে সৰু চৰাই; ফেচু চৰাই
a fork-tailed shrike
- ফেচুলুকাpheculukāNoun
এবিধ ক'লা সৰু চৰাই
a kind of small bird
- ফেচ্কুৰিpheckuriNoun
চুকৰপৰা ওলোবা বগা পনীয়া মলি
discharge from the eye
- ফেছনphe.sonAbstract Noun
পিন্ধন-উৰণত প্ৰকাশ পোৱা ৰুচি
The latest and most admired style in clothes and cosmetics and behaviour
- ফেছিবাদphe.si.badProper Noun
জাতিগত বৈষম্য আৰু একনায়কত্বক মূল আধাৰ হিচাপে লোৱা ৰাজনৈতিক আদৰ্শবাদ৷
A political philosophy or movement advocating an authoritarian hierarchical government.
- ফেছিষ্টphe.sistCommon Noun
ফেছিবাদত বিশ্বাস কৰা তাৰ আদৰ্শ মতে কাৰ্য কৰা ব্যক্তি ৷
a person who believes in or sympathizes with fascism.
- ফেঞ্চিংMaterial Noun
a construction enclosing an area to prevent movement of people and/or animal in/out of the area
- ফেটpheṭaNoun
সাপৰ ফণা
the hood of a snake
- ফেটা-ফেটিNoun
"মেৰেটা মেৰিটি" চোবাঁ।
- ফেটীগোমpheṭīgomaNoun
ফেট থকা এবিধ বিষাল সাপ
the cobra; Squamatee Naia tripudians; the black-cobra; squamata Naia bungarus
- ফেটীসাপpheṭīsāpaNoun
ফেট থকা এবিধ বিষাল সাপ
the cobra; Squamatee Naia tripudians; the black-cobra; squamata Naia bungarus
- ফেণাpheṇāNoun
সাপৰ ফেট
the hood of a snake
- ফেতিphetiNoun
ধন-সম্পত্তি আদিক তুচ্ছ কৰিবৰ মনেৰে ব্যবহাৰ কৰা শব্দ
a word used sarcastically to express the vanity of wealth and riches