কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গম-গতিgama-gatiNoun
উমান; আঁটকাল।
- গমকgamakaNoun
সঙ্গীতত স্বৰৰ কঁপনি।
- গমগমনিNoun
গমগম কৰা কাৰ্য্য।
- গমনgamanaNoun
যোবা কাৰ্য্য; গতি; চলন
the act of going; motion
- গমনা-গমনNoun
অহা-যোবা; চলাচল; যাতায়াত
the act of going; intercourse; the act of frequenting
- গমনাগমনgo.mo.na-go.monVerbal Noun
কোনো ব্যক্তি, সংগঠন আদিৰ মাজত যোগাযোগ৷
connection or dealings between persons or groups.
- গমহgamahaNoun
গধুৰ বস্ত্ত বা খোজ মাটিত পৰোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by a thud or a heavy thing or footstep falling on the ground
- গমাgamāNoun
শিৰামুৰি।
- গমা-গৰুgamā-garuNoun
আওগৰু; গো-মূৰ্খ; মূৰ্খ আৰু অকামিলা মানুহ
a foolish or useless fellow
- গমাৰিgo.ma.riCommon Noun
এবিধ সোনকালে বৃদ্ধি হোৱা সুকাঠী গছ৷
a large quick growing deciduous tree, with a close and even-grained wood, which is used largely in making the farnichar.
- গমাৰীgamārīNoun
কিছু বহল আক ঘূৰণীয়া পাতেৰে এবিধ সুকাঠী গছ
kind of timber tree; gonelina arborca
- গমিৰিgamiriNoun
এবিধ ধান
a variety of paddy
- গম্গমgamgamaNoun
শৰীৰত লাহে লাহে বৰকৈ বিষ বা তাপ উঠাৰ বোধ প্ৰকাশ কৰা শব্দ
an imitative word used to express the sensation felt from rising pain or heat in the body
- গম্বুজgom.bujMaterial Noun
ঘৰ আদিৰ ওপৰত থকা এক অৰ্দ্ধ গোলাকাৰ গাঁথনি
a half-sphered structure forming the highest part of a roof, a round roof with a circular base
- গম্ভীৰতাgom.bhi.ro.taAbstract Noun
কোনো বিষয়ৰ গুৰুত্ব
Importance of an issue
- গলgalaNoun
কণ্ঠ; ডিঙি; টেঁটু
the throat
- গল-খেকাৰিgala-khekāriNoun
গলৰপৰা খেকাৰ উলিওবা কাৰ্য্য বা তেনে কৰোঁতে হোবা শব্দ; গল-হেকাৰি।
- গল-বেৰাgala-berāNoun
এবিধ ডিঙিত হোবা ৰোগ
a disease affecting the throat; diphtheria
- গল-হেকাৰিgala-hekāriNoun
ডিঙিৰপৰা শব্দ কৰি খেকাৰ উলিওবা কাৰ্য্য বা তেনে কৰোঁতে হোবা শব্দ; গল-খেকাৰি
the sound of cleaning the throat
- গল-হেঙেৰাgala-heṅerāNoun
গল-বেৰা; এবিধ ডিঙিত হোবা ৰোগ
a diesease of the throat