← ফুৰি যাওক

গল-হেকাৰি

gala-hekāri

অৰ্থ

1.

ডিঙিৰপৰা শব্দ কৰি খেকাৰ উলিওবা কাৰ্য্য বা তেনে কৰোঁতে হোবা শব্দ; গল-খেকাৰি

the sound of cleaning the throat

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গল-হেকাৰি · অসমীয়া অভিধান