কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিফুটniphuṭaAdjective
নিতাল; অব্যক্ত; নুশুনা
silent; concealed
- নিফোঁপni.pho`~pProper Adj.
নিৰ্দ্দিষ্ট আকাৰ আৰু আয়তন যুক্ত
Of definite shape and volume
- নিফোঁপালniphom̐pālaAdjective
ফোঁপ-নথকা; গোটা
not hollow; solid
- নিফোঁপীniphom̐pīAdjective
ফোঁপ-নথকা; গোটা
not hollow; solid
- নিবদ্ধni.bon.dhoVerbal Adj.
কেইওফালে বেৰি আটক কৰা বা হোৱা|
Not free to move about.
- নিবনুবাnibanubāAdjective
কৰ্ম্মহীন; কাম-কাজ নোহোবা
unemployed
- নিবনুৱাni.bo.nu.waProper Adj.
যাৰ ধন উপাৰ্জন কৰিব পৰা কোনো চাকৰি বা কাম নাই
not having a job that provides money
- নিবন্ধnibandhaAdjective
বন্ধা; বান্ধ খোবা; আবদ্ধ
bound; confined
- নিবাসীAdjective
বাস কৰা বা থকা লোক
a resident
- নিবাৰিতAdjective
বাধা পোবা; গুচোবা
opposed; hindered; prevented
- নিবিছৰাni.bi.so.raVerbal Adj.
যিটো খোজা বা বিছৰা হোৱা নাই
which is not being sought
- নিবিষ্টnibiṣṭaAdjective
প্ৰবেশ কৰা; ভিতৰলৈ সোমোবা
gone into
- নিবিড়nibiṛaAdjective
বৰ ধন বা ডাঠ; মাজত শুদা ঠাই নথকা; নিসন্ধি; বিৰ দি বাট নোপোবা
thick; dense
- নিবৃত্তni.brit.toProper Adj.
not in action in doing something
- নিবেদিতAdjective
সম্ভমেৰে জনোবা বা দিয়া
given or informed respectfully
- নিবেমাৰীni.be.ma.riProper Adj.
শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
Having or indicating good health in body or mind; free from infirmity or disease.
- নিবেশীnibeśīAdjective
কোনো ঠাইত বাস কৰা গুণ-যুক্ত
domiciled
- নিবোকাnibokāAdjective
অধিক কথা নোকোবা; বৰকৈ হাঁহি- মাতি থকাৰ অভ্যাস নথকা (মানুহ)
reserved
- নিবৰতীয়াni.bo.ro.ti.yaProper Adj.
ব্ৰতত নথকা অৰ্থাৎ ধৰ্মীয় ৰীতি অনুসৰি অনাহাৰে নথকা
not being in religious fast
- নিবৰ্তProper Adj.
not in action in doing something