নিবন্ধ
nibandha
অৰ্থ
1.
বন্ধা; বান্ধ খোবা; আবদ্ধ
bound; confined
বিণ.
2.
লৰচৰ নকৰাকৈ ৰখা; একেখিৰে থকা
fixed
বিণ.
3.
লৰচৰ হ'ব নোবৰাকৈ বন্ধা নিয়ম
an unalterable or inviolabel rule
বি.
4.
লৰ-চৰ কৰিব নোবৰাকৈ বা স্হিৰকৈ বন্ধা কথা; প্ৰতিজ্ঞা
an agreement; a vow
বি.
5.
প্ৰবন্ধ; ৰচনা
essay
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ