← ফুৰি যাওক

নিবিড়

nibiṛa

অৰ্থ

1.

বৰ ধন বা ডাঠ; মাজত শুদা ঠাই নথকা; নিসন্ধি; বিৰ দি বাট নোপোবা

thick; dense

বিণ.

2.

দৱঢ়; একান্ত; যেনে-"নিবিড়-স্বৰূপে কৰোঁ যখন কীৰ্ত্তন"

deep; heart-felt

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিবিড় · অসমীয়া অভিধান