কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনুসাৰেAdverb
মতে; অনুযায়ী
according to
- অনুসৰণ কৰ্o.nu.xo.ron korVerb-Trans.
কাৰোবাৰ খোজ বা গতি লক্ষ্য কৰি পিচে পিচে যা
to move behind one by observing one's movement and path taken, usually for the purpose of spying or to find directions
- অনুসৰি
অনুসৰণ কৰি
following
- অনু্সৃষ্টি কৰo.nu.sris.ti. korVerb-Trans.
মৌলিক সৃষ্টি যেন লগাকৈ অনুবাদ কৰ৷
to translate in a way that appears as if the translated work is an original piece of writing.
- অনুৎসাহিত কৰ্Verb-Trans.
কাৰোবাক উৎসাহৰ নিদিয়া
Cause (someone) to lose confidence or enthusiasm
- অনুৎসাহী হVerb-Intran.
আগ্ৰহ নাইকিয়া হ
to be disheartened
- অনুৰঞ্জিতo.nu.ron.ji.toVerbal Adj.
যাক আনন্দ দান কৰা হৈছে
given pleasure or entertainment
- অনুৰণিতVerbal Adj.
(শব্দ) চাৰিওফালে বিয়পি পৰা, প্ৰতিধ্বনিত হোৱা
(of a sound) be repeated or reverberate after the original sound has stopped
- অনুৰণিত হVerb-Trans.
(শব্দ) কেওফালে বিয়পি পৰ্
spread (of sound) widely
- অনুৰূপেanurūpeAdverb
অনুপাতে, অনুসাৰে, অনুযায়ী, ; যেনে-বস্ত্তবোৰ এটা অনুৰূপে ভগাই দিবাঁ।
in proportion
- অনুৰোধ কৰ্o.nu.ro’dh korVerb-Trans.
কিবা দিয়া বা কৰাৰ কাৰণে ক, বিশেষকৈ সহায় বা সৌজন্যতাৰ খাতিৰত
to ask for something to be given or done, esp. as a favor or courtesy; solicitation or petition
- অনেকanekaAdjective
এটা নহয়; এটাতকৈ অধিক; বিস্তৰ; সৰহ
many; much
- অনৈচ্ছিকo.nois.sikVerbal Adj.
নিজ ইচ্ছাৰ অধীন নোহোৱা
independent of one`s will
- অন্ত কৰ্on.to korVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- অন্ত পেলাon.to pe.laVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- অন্ত পৰ্on.to porVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- অন্ত হon.to.hoVerb-Trans.
কোনো বস্তুৰ পৰিমাণ বা যোগান নোহোৱা হ
to get empty of any quantity or supply of something
- অন্তঃপ্ৰজননVerbal Noun
দুটা ওচৰ সম্বন্ধীয় বা পৰস্পৰ মিল থকা জীৱৰ মিলন ঘটাই নতুন সন্ততি সৃষ্টি কৰা প্ৰক্ৰিয়া
The process of mating two closely related or similar organisms to produce new offspring
- অন্তঃস্ফোটনVerbal Noun
an event of something collapsing violently inwards.
- অন্তঃস্ৰাৱVerbal Noun
কোনো ৰাসায়নিক পৰিৱৰ্তনৰ ফলত জীৱদেহৰ ভিতৰত সংঘটিত জৈৱিক ৰসৰ নিঃসৰণ
The secretion of organic juices within the body of an organism as a result of a chemical change