← ফুৰি যাওক

অনেক

aneka

অৰ্থ

1.

এটা নহয়; এটাতকৈ অধিক; বিস্তৰ; সৰহ

many; much

বিণ.

2.

অনেক বা বহুত লোক

many person

বি.

3.

অধিককৈ; অধিক পৰিমাণে; বেছি পৰিমাণে; সৰহকৈ; বেছিকৈ

much; in a great degree

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ