কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সঞ্চয়ী বাৰংবাৰতাxon.so.yi ba.rong.ba.ro.taAbstract Noun
এটা শ্ৰেণী বিভাগৰ বাৰংবাৰতাৰ লগত সেই শ্ৰেণীৰ আগৰ শ্ৰেণীসমূহৰ বাৰংবাৰতা যোগ কৰি পোৱা নতুন বাৰংবাৰতা
the total of a frequency and all frequencies below it in a frequency distribution
- সঞ্চয়ী বাৰংবাৰতা লেখxon.so.yi ba.rong.ba.ro.ta lekhAbstract Noun
শ্ৰেণী পৰিবন্ধবোৰৰ উচ্চমানক x-স্থানাংক আৰু সেইবোৰৰ সাপেক্ষে পোৱা সঞ্চয়ী বাৰংবাৰতাক y-স্থানাংক হিছাপে লৈ মুক্তহস্তে অঁকা বক্ৰ লেখ
a graph the ordinates of which represent cumulative frequencies of the values indicated by the corresponding abscissas
- সঞ্চৰsañcaraNoun
কোনো যন্ত্ৰৰ ভিতৰত খকা কলটো; যেনে- "ঘড়িটোব সঞ্চৰ লৰিছে"
the internal mechanism (of a clock, etc.)
- সঞ্জsañjaNoun
সাজ; বাদ্য-বিশেষ; যেনে-"ৰজনী পুহাইল; পূবে সাজ দিল: চৌভিতে সঞ্জ কোবায়" (কীৰ্ত্তন)।
- সঞ্জাতsañjātaNoun
সঁজাত; পতিবন; প্ৰত্যয়; বিশ্বাস
confidence
- সঞ্জীৱনীxon.ji.bo.niProper Adj.
a substance that can save one's life
- সঞ্জুকsañjukaNoun
সঁজুলি।
- সঞ্জয়sañjaẏaNoun
মহাভাৰতত লিখামতে বিদুৰৰ পুতেক
a son of Vidura as mentioned in the Mahābhārata
- সটsaṭaNoun
দ ঠাইত হোবা লতা-চানেকীয়া পথৰুবা বিহলঙনীৰ পাতৰ নিচিনা পাতেৰে এবিধ ৰঙচুবা বৰণৰ বন শাক [কোমল পাত আৰু আগৰ আঞ্জা খায়; গছবিলাক ৰ'দত শুকাই পুৰি তাৰ ছাইবিলাক পগাই এবিধ খাৰ কৰে; তাক সঠ-খাৰ বা খালোণ বোলে।]
a kind of aquatic pot herb form which an alkali or potash salt is produced
- সট-খাৰxot-kharMaterial Noun
সটৰ পৰা কৰা খাৰ ৷
The alkali or potash obtained from a kind of aquatic plant.
- সঠsaṭhaNoun
দ ঠাইত হোবা লতা-চানেকীয়া পথৰুবা বিহলঙনীৰ পাতৰ নিচিনা পাতেৰে এবিধ ৰঙচুবা বৰণৰ বন শাক [কোমল পাত আৰু আগৰ আঞ্জা খায়; গছবিলাক ৰ'দত শুকাই পুৰি তাৰ ছাইবিলাক পগাই এবিধ খাৰ কৰে; তাক সঠ-খাৰ বা খালোণ বোলে।]
a kind of aquatic pot herb form which an alkali or potash salt is produced
- সঠনsaṭhanaNoun
সামৰ্থ্য; শক্তি; পাৰগতা
power; ability
- সঠিকতাxo.thi.ko.taAbstract Noun
সত্য, শুদ্ধ বা অবিকৃত হোৱা অৱস্থা বা গুণ
the condition or quality of being true, correct, or exact
- সতsataNoun
চন্দন কাঠৰপৰা তৈয়াৰ কৰা এবিধ সুগন্ধি বস্ত্ত
a kind of perfume extracted form sandal wood
- সততাxo.to.taAbstract Noun
সত্য পথত থকা আৰু বিশ্বাসী
the state of being truthful and loyal
- সতসৰ্বহxo.to.xor.bohAbstract Noun
বহু বস্তুৰ সকলোবোৰ
all of a collection of many
- সতসৰ্ব্বহsatasarbbahaNoun
কোনো লোকৰ সকলো সম্পত্তি; সৰ্ব্ব সম্পত্তি; সৰ্ব্বস্ব; সকলো আধিপত্য আৰু ধন- বস্ত্ত
all one's rights and possession
- সতাsatāNoun
লালীকৈ দিয়া বৰষুণৰ কাল
a spell of continuous rain
- সতি-সন্ততিsati-santatiNoun
পো-জী; ল'ৰা- হোবালী; নাতি-পুতি; পো-নাতি
children; offspring; progency
- সতি-সন্তানsati-santānaNoun
পো-জী; ল'ৰা- হোবালী; নাতি-পুতি; পো-নাতি
children; offspring; progency