সত
sata
অৰ্থ
1.
চন্দন কাঠৰপৰা তৈয়াৰ কৰা এবিধ সুগন্ধি বস্ত্ত
a kind of perfume extracted form sandal wood
বি.
2.
মাটিৰ সাৰ বা ৰস
moisture in soil
বি.
3.
বীৰ্য্য; ৰেতস
semen virile
বি.
4.
অন্তঃকৰণ; চিত; মন; যেনে-"কোন সতেনো তাক মাৰিলি;"
mind; heart
বি.
5.
তিৰোতাৰ ৰজঃ; , ক্ৰি. সত যা ইচ্ছা যা; চিত যা; প্ৰবৱত্ত হ
menstruation ; to have inclination; to desire
বি.
6.
বীৰ্য্য পৰ্; . সত যোবা ৰোগ সাৰ ৰোগ
to have discharge of semen ; a kind of disease
বি.
7.
তিৰোতাৰ গা-যোবা
menorragia
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ