কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এপষেকepo.xekCommon Noun
১৪ দিন বা দুসপ্তাহ জোৰা সময়
A period of 14 days; two weeks.
- এপাহepāhaNoun
আপাহ।
- এপিটাফe.pi.taphAbstract Noun
মৃতকৰ সন্মানাৰ্থে কবৰৰ ফলকত লেখা সৰু বাক্য৷
A short text honoring a deceased person. Strictly speaking, it refers to text that is inscribed on a tombstone or plaque, but it may also be used in a figurative sense.
- এপ্লাইটNoun
এপ্লাইট
এপ্লাইট
- এপ্লিকেচনep.li.ke.sonAbstract Noun
এটা বিশেষ কাৰণ আৰু এটা বিশেষ কাৰ্য্য পৰিৱেশন কৰিবলে একত্ৰিত কৰা কমপিউটাৰ প্ৰগ্ৰামসমূহৰ এটা সংহতি৷
A set of computer programs assembled together for a special purpose and to perform a specific function.
- এপ্লেছিয়াNoun
এপ্লেছিয়া
এপ্লেছিয়া
- এপ্ৰনMaterial Noun
Loose covering for the front part of the body so that clothing does not get dirty while cooking or doing lab work.
- এপ্ৰিকটe.pri.kotCommon Noun
A fruit or the tree that bears the fruit, of several species in the genus Prunus.
- এপ্ৰিলeprilaNoun
ইংৰাজী চতুৰ্থ মাহৰ নাম
April
- এপৰe.porAbstract Noun
দিন আৰু ৰাতিৰ এক অষ্টমাংশ
one eighth part of a day and night
- এবটালিebaṭāliNoun
এখুন্দা; এপিটন; এসেকা
a beating; a thrashing; chastisement
- এবলebalaNoun
এবাৰ শক্তি বা ক্ষমতা লগোবা বা প্ৰয়োগ কৰা; শক্তি বা ক্ষমতাৰ প্ৰমাণ চোবা; যেনে-"ময়ো তাৰ লগত এবল যুঁজি চাব পাৰো"
a chance trial or strength
- এবাঁebām̐Noun
দৈ নোহোবা (গাখীৰ)
not curdled (as milk)
- এবেগেতe.be.getAbstract Noun
দৈৰ্ঘ্যৰ অস্বীকৃত একক৷ হাতৰ বুঢ়া আঙুলিৰ আৰু মধ্যমা(বা কণিষ্ঠ) আঙুৰি মেলি ধৰিলে হোৱা জোখ৷
A unit of lenght; it is not accepted as scientific unit. It has its use in ordinary life. lenghth shown by thumb and middle finger.
- এবেগেতীয়াe.be.ge.ti.yaProper Noun
এবেগেত দীঘল কোনো ব্যক্তি বা বস্তু৷
A person or thing having lenghth shown by thumb and middle finger.
- এবেভিলীয়Abstract Noun
ইউৰোপৰ প্ৰথম প্ৰত্নপ্ৰস্তৰ যুগৰ সংস্কৃতি সম্পৰ্কীয়
denoting to the first Paleolithic culture in Europe
- এবেলিebeliNoun
এবাৰ; যেনে-"আৰু এবেলি আহিবা"
once
- এবেলীয় গ্ৰুপNoun
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
- এবেলীয় সংঘNoun
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
এবেলীয় গ্ৰুপযএবেলীয় সংঘ
- এভালেঞ্চ ডায়ডNoun
এভালেঞ্চ ডায়ড
এভালেঞ্চ ডায়ড