কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পিতল চকুৱাpi.tol so.ku.waProper Adj.
পিতল বৰণীয়া চকুৰ মানুহ ৷
Man with brown pigmented iris.
- পিতলীAdjective
পিতলৰ; পিতলেৰে গঢ়া
made of brass
- পিতলুৱাpi.to.lu.waProper Adj.
পিতলেৰে বনোৱা৷
something made of brass.
- পিতৃতুল্যpit.ri.tu.lyoProper Adj.
দেউতাকৰ দৰে বা দেউতাকৰ গুণ বিশিষ্ট
typical of or like a father
- পিতৃপ্ৰধানpi.tri.pro.dhanProper Adj.
পিতৃ অথবা পুৰুষে প্ৰাধান্য পোৱা সমাজ ব্যৱস্থা ৷ এনে সমাজত পুৰুষেহে সম্পত্তিৰ মূল গৰাকী বুলি গণ্য কৰে ৷
Relating to, based on, or tracing ancestral descent through the paternal line.
- পিতৃস্থানীয়pitri.staniyoProper Adj.
দেউতাকৰ দৰে বা দেউতাকৰ গুণ বিশিষ্ট
typical of or like a father
- পিতৃস্বৰূপpit.ri.xbo.rupProper Adj.
দেউতাকৰ দৰে বা দেউতাকৰ গুণ বিশিষ্ট
typical of or like a father
- পিতৃহীনpi.tri.hinProper Adj.
জীৱিত বা জ্ঞাত পিতৃ নথকা
not having a living or known father
- পিতৃৱৎpit.ri.botProper Adj.
দেউতাকৰ দৰে বা দেউতাকৰ গুণ বিশিষ্ট
typical of or like a father
- পিত্তান্তকAdjective
পিত্তৰ বিকাৰ বা পীড়া গুচোবা
antibilious
- পিনী-পিয়াpinī-piẏāNoun
জহকালি ডাবৰ দেখিলে আকাশলৈ উঠি "পিওঁ- পিওঁ" এনে শব্দ কৰি উৰি ফুৰা এবিধ চৰাই
a kind of bird
- পিপলীয়াAdjective
পিপলিৰ গুটিৰ গাৰ দৰে ওখৰা-মোখৰা
having the surface jagged or uneven like the long pepper
- পিপাসাৰ্তAdjective
পিয়াহত কাতৰ; বৰকৈ পিয়াহ লগা
very thirsty
- পিপাসাৰ্ত্তAdjective
পিয়াহত কাতৰ; বৰকৈ পিয়াহ লগা
very thirsty
- পিপাসিতAdjective
পিয়াহ-লগা; পানী খাবৰ ইচ্ছা যোবা
thirsty
- পিপাসীAdjective
পিয়াহ-লগা; পানী খাবৰ ইচ্ছা যোবা
thirsty
- পিপাসুpi.pa.xuProper Adj.
পিয়াহৰ পৰা দুখ পোৱা
Feeling a need or desire to have water or juice or similar liquid.
- পিলপিলীয়াpilapilīẏāAdjective
লাহী আৰু দীঘল; কঁকিলা-সজীয়া
long and slender
- পিলিঙাpiliṅāAdjective
গা পাতল আৰু ধেমেলীয়া বা মন-পাতল
light in body and mind
- পিশচীয়াpiśacīẏāAdjective
পিশাচৰ নিচিনা; বেয়া স্বভাব বা গঢ়ৰ
unseemly; ill-natured