পিপলীয়া
অৰ্থ
1.
পিপলিৰ গুটিৰ গাৰ দৰে ওখৰা-মোখৰা
having the surface jagged or uneven like the long pepper
বিণ. বিণ.
2.
চোকা অস্ত্ৰৰ মুখ ভাগি হোবা ওখৰ-মোখৰা
roughness or unevenness of the edge (of any sharp instrument)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ