← ফুৰি যাওক

পিপাসাৰ্ত

অৰ্থ

1.

পিয়াহত কাতৰ; বৰকৈ পিয়াহ লগা

very thirsty

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পিপাসাৰ্ত · অসমীয়া অভিধান