কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাণিkāṇiAdjective
সৰু; কনিষ্ঠ; যেনে-"কাণি আঙ্গুলিৰ সৰি" (ৰুক্মিণী-হৰণ)।
- কাণি-দুবৰীkāṇi-dubarīAdjective
অলপকৈ দেখি পোবা; অলপকৈ মেলা; ভিতৰৰপৰা বাহিৰলৈ আৰু বাহিৰৰপৰা ভিতৰলৈ ভালকৈ নেদেখাকৈ মেলা (দুবাৰ)
standing a little ajar (said of a door)
- কাণি-দুবৰীয়াkāṇi-dubarīẏāAdjective
অলপকৈ দেখি পোবা; অলপকৈ মেলা; ভিতৰৰপৰা বাহিৰলৈ আৰু বাহিৰৰপৰা ভিতৰলৈ ভালকৈ নেদেখাকৈ মেলা (দুবাৰ)
standing a little ajar (said of a door)
- কাণি-দুৱৰীka.ni-du.wo.ri.yaProper Adj.
ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ ভালকৈ নেদেখাকৈ জপোৱা; অলপকৈ মেলা দুৱাৰ
Neither entirely opened nor entirely shut; partly opened door.
- কাণি-দুৱৰীয়াka.ni-du.wo.ri.yaProper Adj.
ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ ভালকৈ নেদেখাকৈ জপোৱা; অলপকৈ মেলা দুৱাৰ
Neither entirely opened nor entirely shut; partly opened door.
- কাণি-মুনিkāṇi-muniAdjective
গধূলি চকুৰে ভালকৈ নেদেখা হোবাকৈ এন্ধাৰ
dusky; obscure (said of evening twilight)
- কাতিkātiNoun
মাছ, সৰিয়হ মাৰি পেলাই দিয়া জাবৰ
waste dry stalk from which grain has been thrashed
- কাতৰkātaraAdjective
পীড়িত; দুখিত
afflicted; distressed; grieved; sorrowful
- কাদোবাkādobāAdjective
ঘোদা; বোকাৰে মিহলি
muddy
- কাদোবানিkādobāniAdjective
ঘোদা; বোকাৰে মিহলি
muddy
- কাদোৱাka.do`.waAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- কান-যুৰীয়াkāna-yurīẏāAdjective
একে যোৰৰ; সমান ওখ-ডাঙৰ; কান-সমনীয়া
of equal height
- কান-সমনীয়াkan-xo.mo.ni.yaProper Adj.
সমান ওখ-ডাঙৰ
of equal height (shoulder)
- কানিয়াka.ni.yaProper Adj.
নিচাসক্ত হৈ তন্দ্ৰালস হোৱা বা ভালকে ভাবিব নোৱাৰা অৱস্থা ৷
not fully awake or able to think clearly because the person has taken a drug
- কানীয়াkānīẏāAdjective; Noun
কানি খোবা
addicted to the use of opium
- কান্তkāntaNoun
স্বামী; পতি
a husband
- কান্তিমন্তAdjective
শোভা বা দীপ্তিযুক্ত
shining; beautiful
- কান্তিমানkan.ti.manProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- কান্তিময়Adjective
শোভা বা দীপ্তিযুক্ত
shining; beautiful
- কান্দন্তাkāndantāAdjective
কান্দোতা।