কাতি
kāti
অৰ্থ
1.
মাছ, সৰিয়হ মাৰি পেলাই দিয়া জাবৰ
waste dry stalk from which grain has been thrashed
বি.
2.
গাৰ দাঁতি
a side of the body
বি.
3.
এফালে চাপৰ; এচলীয়া
inclining towards one side
বিণ.
4.
এফলীয়া; এদঁতীয়া; একাষৰীয়া; যেনে-"বাটৰপৰা কাতি হ; "
moving to one side
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ