← ফুৰি যাওক

কাণি-দুৱৰী

ka.ni-du.wo.ri.ya

অৰ্থ

1.

ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ ভালকৈ নেদেখাকৈ জপোৱা; অলপকৈ মেলা দুৱাৰ

Neither entirely opened nor entirely shut; partly opened door.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাণি-দুৱৰী · অসমীয়া অভিধান