কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাৰাৰূদ্ধ কৰ্ka.ra.rud.dho korVerb-Trans.
to restrict movement to a limited area
- কাৰ্যকৰী কৰ্kar.jyo.ko.ri korVerb-Trans.
কিবা এটাক কাৰ্য্যত পৰিণত কৰ্
to perform or conduct something
- কাৰ্যতঃkāryataḥAdverb
কাৰ্য্যৰ ৰূপত; প্ৰকৱতপক্ষে।
- কাৰ্যবশতঃAdverb
কাৰ্য্যৰ গতিকে বা কাৰণে; কাজেই
by force of circumstances; necessarily
- কাৰ্যোপলক্ষেVerbal Noun
কাম অনুসৰি বা কামৰ কাৰণে
in accordance with work
- কাৰ্য্যকৰ্তাkar.jyo.kor.taVerbal Noun
যি কৰে ।
A person who does things.
- কাৰ্য্যতঃkāryyataḥAdverb
কাৰ্য্যৰ ৰূপত; প্ৰকৱতপক্ষে।
- কাৰ্য্যনিৰ্বাহ কৰ্Verb-Trans.
কোনো কাম পৰিকল্পনা মতে কৰি শেষ কৰ৷
to do or perform something, especially in a planned way.
- কাৰ্য্যবশতঃAdverb
কাৰ্য্যৰ গতিকে বা কাৰণে; কাজেই
by force of circumstances; necessarily
- কাৱাজka.wajVerbal Noun
সামৰিক বাহিনীৰ ৰণ-কৌশল শিক্ষা
exercises used for training people in the military
- কি কাৰণতki ka.ro.notAdverb
কি উদ্দেশ্যত বা কিহৰ বাবে
For what purpose, reason, or cause
- কি কাৰণেki ka.ro.neAdverb
কি উদ্দেশ্যত বা কিহৰ বাবে
For what purpose, reason, or cause
- কি নিমিত্তেki ni.mit.teAdverb
কি উদ্দেশ্যত বা কিহৰ বাবে
For what purpose, reason, or cause
- কি বুলিki, buliAdverb
কি কাৰণে
what for
- কিকkikaAdverb
কি কাৰণে; ; যেনে -"হেন ৰণ-ভঙ্গুবাক বখানাহা কিক" (ৰুক্মিণীহৰণ)।
why
- কিচ্ কিচাkic, kicāIntransitive verb
চিট্চিটা; ঘাম বা তাপৰ নিমিত্তে গাৰ ছালত সামান্য খজুবতিৰ লগত জান-নেজান কামোৰণি বা পোৰণিৰ অসুখ বোধ কৰ্
to feel an unpleasant sensation of partly itching and partly burning due to heat
- কিচ্ কিচ্ কৰেAdverb
অতিশয়ৰূপে (ক'লা); কিট্-কিট্ কৰে; কেট্ কেট্ কৰে
excessively (black)
- কিছুkichuAdjective; Pronoun
অলপ; কিঞ্চিত
some; a little; a few
- কিছুমানkichumānaAdjective; Pronoun
অলপ; কিঞ্চিত
some; a little; a few
- কিঞ্চিতkiñcitaAdjective; Pronoun
কিছু; অলপ; অলপমান
a little