কিচ্ কিচা
kic, kicā
অৰ্থ
1.
চিট্চিটা; ঘাম বা তাপৰ নিমিত্তে গাৰ ছালত সামান্য খজুবতিৰ লগত জান-নেজান কামোৰণি বা পোৰণিৰ অসুখ বোধ কৰ্
to feel an unpleasant sensation of partly itching and partly burning due to heat
অক. ধা.
2.
বেয়া কথা দেখিলে, শুনিলে বা মনত পৰিলে অসুখ বোধ কৰ্
to feel uneasy at seeing, hearing or remembering something disagreeable
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ